Passport Size Photo কেনেকুৱা বনাব লাগে Step by Step কৰি দেখাম-
Step no 1- প্ৰথমতে Start Button Click ত কৰিব লাগিব, তাৰ পাছত Adobe Photoshopত click কৰিব লাগিব ।
Step no 2- Photoshop Open হৈ যোৱা পাছত File ত click কৰিব লাগিব, তাৰ পাছত Open ত click কৰিব লাগিব ।
Step no 3- Open Click কৰা লগে লগে এখন তলত দিয়া ধৰণে Dialog Box খুল খাব ↓
Step no 4- তাৰ পাছত Dialog box ৰ যিকোনো এখন Folder Open কৰিব লাগিব যত Photo থাকিব লাগিব তাৰ পাছত এখন Photo Select কৰিব লাগিব তাৰ পাছত Open ত click কৰিব লাগিব ।
Step no 6- Passport sizeত crop কৰিবৰ কাৰণে crop tools select কৰিব লাগিব । তাৰ পাছত size মিলাব লাগিব-
Width= 2.9
Hieght= 3.5
Resolation = 125 লিখিব লাগিব ।
Step no 7- তাৰ পাছত crop toolsত select কৰি Enter মাৰিব লাগিব ।
Step no 8- Photo খন Crop কৰা পাছত Photo খনৰ Background Color Change কৰিব লাগিব । তাৰ বাবে color box ত click কৰি যি color backgroundত দিব বিছাৰে সেইটো color select কৰিব লাগিব ।
Step no 9- তাৰ পাছত Eraser Tool Select কৰি background color change কৰিব পাৰিব ।
* যদি বুজি পোৱাত কিবা অসুবিধা হৈ তেতিয়া তলত দিয়া video চাব পাৰিব-
Online Apply- Click Here India Post has officially released a major recruitment notification for the…
Online Apply- Click Here SBI CBO Recruitment 2026 notification has been officially released by the…
Every year in the United States, Dr. Martin Luther King Jr. Day is observed as…
Getting a personal loan in the USA can be stressful, especially if you have a…
Online Apply- Click Here Indian Air Force has officially released the Indian Air Force Recruitment…
Online Apply- Click Here The Indian Navy SSC Officer Recruitment 2026 notification has been officially…