Computerত Desktopৰ ওপৰত এখন Folder বনাবলে তলত দিয়া Step বিলাক follow কৰিব-Step no 1- Desktop ওপৰত Mouseৰে Right click কৰিব…